skip to Main Content

জোৱানসকলক বুলেট প্ৰুফ জেকেটৰ অবিহনেই সীমান্তত ছহিদ হ’বলৈ পঠায়ঃৰাহুল গান্ধী

এইয়া কেনেধৰণৰ ন্যায়, যে প্ৰধানমন্ত্ৰী মোডীলৈ ৮৪০০ কোটি টকা ব্যয় কৰি বিমান ব্যৱস্থা কৰিব আৰু দেশৰ জোৱানসকলক বুলেট প্ৰুফ জেকেটৰ অবিহনেই সীমান্তত ছহিদ হ’বলৈ পঠিয়াব।আজি পুনৰ প্ৰধানমন্ত্ৰী মোডীক এইদৰে সমালোচনা কৰিলে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷ গান্ধীয়ে এটা ভিডিঅ’ৰ…

Read More

আজমলক উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাই

অসমৰ একাংশ লোকে আৰবীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।এখন ৰাজহুৱা সভাত বদৰুদ্দিন আজমলে আৰৱী ভাষাক স্থান দিয়াক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ কয় যে অসমত আৰৱী ভাষা ব্যৱহাৰ কৰিছে কিন্তু কোনো লোকে ইয়াৰ প্ৰতিবাদ কৰা নাই। এচাম লোকে ভাৱে বড়ো…

Read More

সত্য প্ৰমাণিত হ’ল NEWS NETWORK ৰ বাতৰি।

বিজেপি ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিলে কল্পনা পাটোৱাৰীয়ে।যোগদান কৰিয়েই কল্পনা পাটোৱাৰীয়ে লাভ কৰিলে দলৰ ব্ৰেণ্ড এম্বেচাদৰৰ দায়িত্ব। যোগদান কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত,ফনীভূষণ চৌধুৰীৰ লগতে অগপৰ ভালে সংখ্যক শীৰ্ষ স্থানীয় নেতা উপস্থিত থাকে।অগপত আনুষ্ঠানিক ভাবে যোগদান কৰি কল্পনা পাটোৱাৰীয়ে…

Read More

পিয়ুয গোৱেললৈ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ

৭৪ বছৰ বয়সত বিহাৰৰ অদ্বিতীয় দলিত নেতা তথা লোকজনশক্তি দলৰ প্ৰতিস্থাপক গ্ৰাহক-উপভোক্তা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দিল্লীৰ ফৰ্টিছ হাস্পতালত বৃহস্পতিবাৰে মৃত্যু হয়। ভাৰতীয় ৰাজনীতিত সক্ৰিয় ভূমিকা পালন কৰা পাছোৱানৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰাৰ মুহুৰ্ততে আজি কেন্দ্ৰীয়…

Read More

AGP ত যোগদান কৰিব কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে

AGP ত যোগদান কৰিব কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে কাইলৈ অসম গণ পৰিষদত সদলবলে যোগদান কৰিব কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে। অগপ সভাপতি অতুল বৰাৰ অতিকৈ ঘনিষ্ঠ তথা এক বিশ্বস্ত উচ্চস্তৰীয় সুত্ৰই জনাইছে এই কথা। কাইলৈ পুৱা ১০ বজাত অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য…

Read More

মুখ্যমন্ত্ৰীত্বৰ সপােন পূৰণ নহােৱাত হতাশাত ভুগিছে হিমন্তই।

ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা ২੦২১ৰ অসম বিধানসভাৰ নিৰ্বাচন দুই সভ্যতাৰ মাজত অনুষ্ঠিত হ’ব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ তথা এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে। বৰপেটা জিলাৰ কলগাছিয়াত অনুষ্ঠিত এখন দলীয় সভাত সাংবাদিকৰ…

Read More

অৱশেষত ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে

অৱশেষত ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ব্ৰাহ্মণ সমাজক ভিক্ষাৰী বুলি মন্তব্য কৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত ক্ষমা খুজিবলৈ বাধ্য হ'ল ৰমাকান্ত দেউৰী৷ সমগ্ৰ বাহ্মন সমাজৰ ওচৰত মই ক্ষমা খুজিছো বুলি মন্তব্য কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে,"মই…

Read More
Back To Top