skip to Main Content

আজি গুৱাহাটী ক্লাবত AASU প্ৰতিবাদ

পেট্ৰল ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিকলৈ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটী ক্লাবত আজি প্ৰতিবাদত কৰে। আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

Read More

ৰাজ্য সভাৰ সাংসদ হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌড়া নাৰ্জাৰী

ৰাজ্য সভাৰ সাংসদ হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌড়া নাৰ্জাৰী।অসমীয়া ভাষাত শপত ল'লে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।ৰৌণগৌড়া নাৰ্জাৰীয়ে বড়ো ভাষাত পাঠ কৰে শপত বাক্য।উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে শপত বাক্য পাঠ কৰোৱায়।

Read More

কইনাধৰাত মুখ্যমন্ত্রীৰ কেবিনেট বৈঠকৰ সিদ্ধান্তৰ সন্দৰ্ভত জনতা ভৱনত কেশৱ মহন্তৰ সংবাদমেল

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তই  সংবাদমেল সম্বোধন কৰি সবিশেষ জনায়।ৰাজ্য চৰকাৰৰ কেবিনেটত MPW সকলৰ চাৰ্ভিছ ৰুল তৈয়াৰ কৰাৰ সিদ্ধান্ত।পৌৰ নিগম অঞ্চলৰ অধীনত…

Read More

চি পি আই (এম)ৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি চি পি আই (এম)ৰ এক সংবাদমেল অনুষ্ঠিত হয় তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।মূল্য বৃদ্ধি ৰোধ কৰিব লাগে অন্যথা পৰিস্হিতি ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰে।মূল্য বৃদ্ধিৰ বাবে সৰ্ব-সাধাৰণ লোকসকল চলিব নোৱাৰা অৱস্হা হৈ পৰিছে।

Read More

CC TV পৰীক্ষা কৰক,আইনী ব্যৱস্থা লওঁক আমি সাজু আছোঁ:মনজিৎ মহন্ত

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ "সংবাদ মাধ্যম বিভাগ"ৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদমেল ৷CC TV পৰীক্ষা কৰক ৷ মিনিষ্টাৰ কলনিত CC TV পৰীক্ষা কৰিলে উলাই পৰিব ৷আইনী ব্যৱস্থা লওঁক আমি সাজু আছোঁ৷হাই ছিকিউৰিটি জ’ন CC TV পৰীক্ষা কৰক সাংবাদিকৰ সন্মুখত…

Read More

অসমত AFSPA পৰিসৰ হ্ৰাস কৰা হৈছে,জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল।ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত।অসমৰ ৬০ শতাংশ ভূ-খণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA। আজি নিশাৰ পৰাই কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰে মণিপুৰ আৰু নাগালেণ্ডৰ পৰা AFSPA বাতিল কৰিছে । বৃহস্পতিবাৰে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি…

Read More

আজি GMCৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন

আজি GMCৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন।অন্তিমটো দিনত উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থী লগতে সমৰ্থক ভিৰ কৰা দেখা গ'ল।বহু ৱাৰ্ডৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে।নিৰ্বাচনত জয়ী হৈ ৱাৰ্ডসমূহৰ জিলিকাই তোলাৰ প্ৰতিশ্ৰুতি।

Read More

আজি গুৱাহাটী ক্লাবত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

আজি গুৱাহাটী ক্লাবত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।ভূমি অধিকাৰৰ দাবীত এই প্ৰতিবাদী সাবস্ত্য কৰে।"থলুৱা ভমিহীন পৰিয়ালক মাটিৰ অধিকাৰ দিব লাগিব" আদি বিভিন্ন দাবী লৈ প্ৰতিবাদ কৰে।

Read More

আম আদমি পাৰ্টীৰ এক সংবাদমেল অনুষ্ঠিত হয়

আম আদমি পাৰ্টীৰ এক সংবাদমেল অনুষ্ঠিত হয় গণেশগুৰিস্হিত মুখ্য কাৰ্যালয়ত।আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে নতুনকৈ ১২জন প্ৰাৰ্থীক তেওঁলোকে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

Read More

GMCৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কেইবাজনো প্ৰাৰ্থীৰ

পৌৰ নিগম নিৰ্বাচনৰ বাবে উপায়ুক্ত কাৰ্যালয়ত নিজ নিজ সমৰ্থক লৈ বহুকেইটা ৱাৰ্ডৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে।মনোনয়ন দাখিল পূৰ্বে প্ৰতিগৰাকী প্ৰাৰ্থীৰ মুখত বহু প্ৰতিশ্ৰুতি।নিৰ্বাচনত জয়ী হৈ ৱাৰ্ডসমূহৰ জিলিকাই তোলাৰ প্ৰতিশ্ৰুতি।

Read More
Back To Top