skip to Main Content

CC TV পৰীক্ষা কৰক,আইনী ব্যৱস্থা লওঁক আমি সাজু আছোঁ:মনজিৎ মহন্ত


ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ “সংবাদ মাধ্যম বিভাগ”ৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদমেল ৷CC TV পৰীক্ষা কৰক ৷ মিনিষ্টাৰ কলনিত CC TV পৰীক্ষা কৰিলে উলাই পৰিব ৷আইনী ব্যৱস্থা লওঁক আমি সাজু আছোঁ৷হাই ছিকিউৰিটি জ’ন CC TV পৰীক্ষা কৰক সাংবাদিকৰ সন্মুখত পৰীক্ষা কৰক ৷AIUDF ৰ ৫ বিধায়ক মুখ্যমন্ত্ৰী বাসগৃহলৈ যোৱা আমি তথ্য সহকাৰে কৈছোঁ ৷মনজিৎ মহন্তই তথ্য নথকাকৈ আজিলৈকে কোনো কাম কৰা নাই ৷মনজিৎ মহন্তই তথ্য নথকাকৈ আজিলৈকে কোনো কাম কৰা নাই ৷পৌৰনিগমৰ নিৰ্বাচনৰ দিন সলনি কৰাক লৈ আমি প্ৰথমে স্মাৰকপত্ৰ দিছিলোঁ ৷নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন সাত বিহুৰ পাছলৈ সলনি কৰা বাবে ধন্যবাদ :মনজিৎ মহন্ত।

Back To Top