skip to Main Content

CTET আৰু TET উত্তীৰ্ণৰ সুখবৰ

National Council for Teacher Education এ CTET আৰু TET ৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ ম্যাদৰ সময়সীমা বৃদ্ধি কৰিছে। আগতে এই প্ৰমাণ পত্ৰৰ ম্যাদৰ সময়সীমা আছিল ৭ বছৰ । যোৱা ২৯ ছেপ্তেম্বৰত National Council for Teacher Education ৰ ৫০ সংখ্যক সাধাৰণ সভাত উক্ত পত্ৰৰ ম্যাদৰ সন্দৰ্ভত বহুজনে দৃষ্টি আকৰ্ষণ কৰিছিল। সেয়েহে এই সময়সীমা ৭ বছৰৰ পৰা বৃদ্ধি কৰি গোটেই জীৱন থাকিব বুলি
National Council for Teacher Education এ প্ৰকাশ কৰিছে। উল্লেখনীয় ভাৱে সময়সীমা বৃদ্ধিয়ে CTET আৰু TET উত্তীৰ্ণ প্ৰাৰ্থীক বিভিন্ন ধৰণে সহায় কৰিব।

Back To Top