skip to Main Content

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ মংগলবাৰে নিশা ১:১৫ বজাত মৃত্যু হয়। কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। তেখেত ১৯৯১-২০০৬ লৈকে হোজাইৰ বিধায়ক আছিল।

Back To Top