The Assam Cabinet on Friday announced that the state government will conduct examinations for students…
IIT গুৱাহাটীৰ নতুন প্ৰযুক্তি উদ্ভাৱন
IIT গুৱাহাটীৰ গৱেষক সকলে কৃষি সামগ্ৰীৰ পৰা কম খৰচী মন সক্ৰিয় কৰা ড্ৰাগ প্ৰস্ত্ততৰ নতুন প্ৰযুক্তি উদ্ভাৱন কৰিছে। পৰিবেশ কেন্দ্ৰৰ মুৰব্বী মিহিৰ কুমাৰ পুৰ্কয়ডে কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ লগতে ছাত্ৰৰ সৈতে উক্ত প্ৰযুক্তি উদ্ভাবন কৰিছে। অতি কম খৰচী উক্ত প্ৰযুক্তিত প্ৰয়োজন মাথো কৃষিজাত সামগ্ৰী। ইয়াৰ দ্বাৰা মানসিক সক্ৰিয়তাৰ ড্ৰাগসমূহৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।