skip to Main Content

IPL 2020 : আজি ৰোহিত বাহিনীৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ

মৰুৰ দেশ সংযুক্ত আৰৱ আমেৰশ্বাহীত চলি থকা IPL T20 প্ৰতিযোগিতাত আজি সন্ধিয়া ৭-৩০বজাত সমুখ সমৰত নামিব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ৷ইতিমধ্যে দৰ্শক বিহীন ষ্টেডিয়ামত চলি থকা IPL T20 ত আজি দুয়োটা দলৰ মাজতে চলিব তীব্ৰ যুজ৷ষ্টিভ স্মিথ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ আৰু ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছৰ মাজত হবলগীয়া খেলখনক লৈ দেখা গৈছে অনুৰাগীৰ মাজত তীব্ৰ উৎকণ্ঠা৷ ইতিমধ্যে দুয়োটা দলে দুখনকৈ খেলত অংশগ্ৰহণ কৰি মুম্বাই ইণ্ডিয়ানছে ৬ পইন্ট আৰু ৰাজস্থান ৰয়েলছে ৪ পইন্ট লাভ কৰিছে৷যাৰ ফলত আজিৰ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে৷

Back To Top