The God of football, Pele, the magical Brazilian football star who rose from barefoot poverty…
IPL 2020 ত অনিশ্চিত ৰিয়ান পৰাগ
মৰুৰ দেশ আৰৱ আমীৰ শ্বাহীত চলি থকা ILP2020 ত অসম সন্তান ৰিয়ান পৰাগ ৰাজস্হান ৰয়েলচৰ হৈ অংশ লৈছে। ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ কৰি ২ খন খেলত অংশ লৈছে ৰিয়ান পৰাগে। ইতিমধ্যে প্ৰাক্তন খেলুৱৈ তথা বিজেপি সাংসদ গৌতম গম্ভীৰে প্ৰকাশ কৰিছে যে ৰিয়ান পৰাগৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে ব্যৰ্থ হৈছে ৰাজস্হান ৰয়েলচ। ৰিয়ান পৰাগৰ লগতে ৰবীন উথাপ্পাৰো প্ৰদৰ্শন দুৰ্বল বুলি সদৰী কৰে গৌতম গম্ভীৰে। উথাপ্পাই ৪ ইনিংচত সংগ্ৰহ কৰিছিল ৩৩ ৰাণ আৰু সৰ্ব্বোচ্চ ৰাণ আছিল ১৭। সেয়ে দুয়োজনৰে সম্প্ৰতি স্থান অনিশ্চিত বুলি সদৰী কৰে গৌতম গম্ভীৰে।