The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
ITA Machkhuaত অনুষ্ঠিত হয় Mr And Miss IDEAL Face Of Guwahati
এক সুন্দৰ পৰিৱেশত ITA Machkhuaত অনুষ্ঠিত হয় Mr And Miss IDEAL Face Of Guwahati।সম্পূৰ্ণ অনুষ্ঠানটো Organished কৰে Team Morning Star।অনুষ্ঠানটোৰ আঁত ধৰে জয়দ্বীপ ৰূপ চৌধুৰীয়ে। Mr IDEAL Face Of Guwahati সন্মান লাভ কৰে অমিত সিং আৰু Miss IDEAL Face Of Guwahati সন্মান লাভ কৰে প্ৰতিক্ষা ভৰদ্বাজে।৬০ গৰাকীত কৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে উক্ত অনুষ্ঠানত।