skip to Main Content

NRC ৰ পুণৰীক্ষণৰ বাবে ছুপ্ৰিম কৰ্টত সমন্বয়কৰ আবেদন ।


NRC ৰ পুণৰীক্ষণৰ বাবে পুণৰ উচ্চতম ন্যায়ালয়ত আবেদন NRC কতৃপক্ষৰ । NRCত থকা একাধিক বিসংগতিৰ বাবে এই আবেদন NRC ৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ । বিশেষকৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত নতুনকৈ চৰকাৰ গঠন হোৱাৰ লগে লগে NRC কতৃপক্ষৰ এই আবেদন তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

Back To Top