Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
Republic টেলিভিছনৰ বিৰুদ্ধে কঠোৰ মুম্বাই আৰক্ষী
অৰ্ণৱ গোস্বামীৰ মালিকানাধীন ৰিপাব্লিক টিভি আৰু ইয়াৰ কাৰ্যবাহী সম্পাদককে ধৰি, দুজন সাংবাদিক আৰু সম্পাদনা বৰ্ডৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ ছবি আৰু মুম্বাই আৰক্ষীৰ আয়ুক্ত পৰমবিৰ সিঙৰ বিৰুদ্ধে আৰক্ষী বিষয়া সকলৰ মাজত হতাশাৰ সৃষ্টি কৰিব খোজাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছে ।
এয়া ৰিপাব্লিক টিভি আৰু ৰিপাব্লিক টিভিৰ কৰ্মচাৰীৰ বিৰুদ্ধে চতুৰ্থ অপৰাধ মূলক গোচৰ ।
১০ অক্টোবৰত ৰিপাব্লিক টিভিত “পৰমবিৰ সিঙৰ বিৰুদ্ধে বিদ্ৰোহ ?” হেডলাইনেৰে সংবাদ প্ৰচাৰিত হৈছিল ।