The Assam government on Thursday announced its decision to extend the territory of the Bodoland…
SI প্ৰশ্ন কাকত ফাদিলৰ গোচৰত জড়িত থকাৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ
SI প্ৰশ্ন কাকত ফাদিলৰ গোচৰত জড়িত থকাৰ অভিযোগত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ ।
ধৃত অভিযুক্তজন হৈছে বিজেপি নেতা দ্বিবন ডেকা-পি কে দত্তৰ ঘনিষ্ঠ সৰোজ শৰ্মা ।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠৰ পৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীৰ অপৰাধ কোষে ।
ধৃত অভিযুক্তজনক মহানগৰ আৰক্ষীৰ অপৰাধ কোষৰ মুখ্য কাৰ্যালয়লৈ নিছে অভিযানকাৰী দলে ।