The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
United Boro People’s Organisation সংবাদমেল
আজি United Boro People’s Organisationৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।দীৰ্ঘদিনীয়া দাবী সমূহ পূৰণৰ বাবে চৰকাৰক আহ্বান জনাই আহিছে।ৰাজনৈতিক,শৈক্ষিক,সাংস্কৃতিক আদি দিশৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে চুক্তিত সন্নিবিষ্ট অধিকাংশ দফা কাৰ্যকৰী হ’বলৈ এতিয়াও বাকী আছে বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰে।