বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো।শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাইৰ মন্তব্য।আছু-শিক্ষা সংসদৰ সম্পূৰ্ণ হ'ল…
UPSC ৰ ফলাফল ঘোষণা৷
ঘোষণা হল অসামৰিক সেৱা ইউ পি এছ চিৰ ফলাফল৷COVID 19 ৰ বাবে বিলম্ব হোৱা UPSC ৰ ফলাফল আজি ঘোষণা কৰিলে কৰ্তৃপক্ষই৷পৰীক্ষাৰ্থী সকলে উক্ত পৰীক্ষাৰ ফলাফল লাভ কৰিব upsc.gov.in ৱেবছাইটৰ জৰিয়তে৷এইবছৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল একলাখৰ অধিক পৰীক্ষাৰ্থী৷COVID19ৰ বাবে বিলম্ব হোৱা UPSCৰ পৰীক্ষা চলিত মাহৰ ৪অক্টোবৰত অনুষ্ঠিত হৈছিল আৰু ২০ দিনৰ ভিতৰতে ঘোষণা কৰিলে উক্ত পৰীক্ষাৰ ফলাফল৷