In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
অখিল গগৈক আক্ৰমণ কৰাৰ পিছত দেওবাৰে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰিলে অখিল গগৈয়ে!
শনিবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই অখিল গগৈক আক্ৰমণ কৰাৰ পিছত দেওবাৰে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰিলে অখিল গগৈয়ে৷ অখিল গগৈয়ে মন্তব্য কৰে যে “মন্ত্ৰী পীযূষ হাজৰিকাৰ মতিভ্ৰম হৈছে৷ ৰাইজৰ দলৰ উত্থানত শংকিত হৈ আবোল-তাবোল বকিছে মন্ত্ৰী পীযূষ হাজৰিকাই৷” পিছে কোন ক’ত জিকে সেয়া ভোটাৰ ৰাইজেহে ঠিক কৰিব অহা ৩০ অক্টোবৰত৷