skip to Main Content

মহানগৰীত স্বচ্ছ ভাৰত অভিযান এতিয়াও ধোৱা চাঙত ।

মহানগৰীত স্বচ্ছ ভাৰত অভিযান উঠিল ধোৱা চাঙত । গুৱাহাটী মহানগৰীৰ শিলপুখপৰীত এতিয়া দুৰ্গন্ধময় তথা অস্বাস্থ্যকৰ পৰিৱেশ । শিলপুখুৰীৰ বাছ আস্থানৰ ওচৰত থকা ডাষ্টবিনৰ বাবে যন্ত্ৰণাত ভূগিছে জনসাধাৰণ । পথচাৰীসকলৰ লগতে বাছত অহা লোকেও নাক-মুখ কচাই অতিক্ৰম কৰিছে পথছোৱা । এই…

Read More

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এক নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এক নিৰ্দেশনা দি কয় যে, ছ’চিয়েল মিডিয়াত অক্সিজেন, বিচনা, ঔষধ আদি সন্দৰ্ভত পোষ্ট কৰা কোনো লোকৰ বিৰুদ্ধে তদন্ত নহয়। কোনো চৰকাৰে নাগৰিকৰ দ্বাৰা ছচিয়েল মিডিয়াত দিয়া তথ্যৰ বিৰুদ্ধে তদন্ত কৰিব নোৱাৰিব। লগতে উচ্চতম ন্যায়ালয়ে ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক…

Read More

সৌৰভ গাংগুলী উভতিল ঘৰলৈ

দেশবাসীৰ দীৰ্ঘ প্ৰত্যাশাৰ অন্তত ৬ দিনৰ পিছত সুস্থ হৈ ঘৰলৈ উভতিল প্ৰাক্তন অধিনায়ক তথা BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল প্ৰাক্তন অধিনায়ক গাংগুলী। এই বাতৰিয়ে তেওঁৰ অনুৰাগী সকলক আনন্দিত কৰি তুলিছে।

Read More

ধূমপানৰ বয়স ২১ বছৰলৈ বৃদ্ধি

সম্প্ৰতি দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ধুমপানকাৰীৰ সংখ্যা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ধপাতজাত সামগ্ৰী সম্পৰ্কীয় আইন সংশোধনৰ যো জা আৰম্ভ কৰিছে। বৰ্ত্তমান নূন্যতম বয়স ১৮ বছৰৰ পৰিবৰ্তে এই আইনমতে ২১ বছৰলৈ বৃদ্ধি কৰা হ'ব। ইফালে নিষিদ্ধ এলেকাত ধুমপানৰ জৰিমনা ২০০ ৰ…

Read More

গণতন্ত্ৰ দিৱসত ব্ৰিটিছ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

২১ বৰ্ষৰ গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনক। কিন্তু শেহতীয়াকৈ ক'ৰুণাৰ ভয়াবহ ৰূপৰ বাবে ভাৰত ভ্ৰমণ বাতিল কৰিছে বৰিছ জনছনে। ইতিমধ্যে ব্ৰিটেইনত লক ডাউন ফেব্ৰুবাৰীৰ মাজভাগলৈকে বৃদ্ধি কৰা হৈছে।

Read More

ক’ৰণা ভেকচিনলৈ অনুমোদন ডিচিজিআইৰ

ক'ৰনা ভাইৰাছৰ ভেকচিনৰ আপাতকালীন ব্যৱহাৰৰ বাবে ডিচিজিআইয়ে অনুমোদন প্ৰদান কৰিছে। জিডিচিআইয়ে দেওবাৰে নতুন দিল্লীৰ অনুষ্ঠিত এখন সংবাদমেল যোগে চিৰাম প্ৰতিষ্ঠানৰ “কোবিছীল্ড” আৰু ভাৰত বায়োটেকৰ “কোভেক্সিন”ৰ ব্যৱহাৰৰ বাবে অনুুমতি প্ৰেৰণ কৰিছে।

Read More

৩ কোটি ভাৰতীয়ক বিনামূলীয়া ভেকচিন

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে টুইটযোগে কয় যে, প্ৰথম পৰ্যায়ত ৩ কোটি ভাৰতীয়ক বিনামূলীয়াকৈ ক'ভিড ভেকচিন দিয়া হ’ব। আৰু এই ৩ কোটিত অন্তৰ্ভুক্ত থাকিব কোৰোনা সংক্ৰমণৰ বিৰুদ্ধে আগৰ শাৰীত থিয় হৈ যুঁজ দিয়া সকল। সেই সকলৰ ভিতৰত আছে ১…

Read More

ক’ভিড প্ৰতিষেধকত জৰুৰী অনুমোদন কেন্দ্ৰৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষজ্ঞ পেনেলে চুড়ান্ত অনুমোদন জনাইছে ছেৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা প্ৰতিষেধকত। এতিয়া কেৱল অনুমতি লাগে DCGIৰ ।

Read More

ভাৰতত নতুন ভাইৰাছত আক্ৰান্ত ২৯

ব্ৰিটেইনত চিনাক্ত হোৱা নতুন ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ভাৰততো হোৱাৰ আশংকা কৰা হৈছে। স্বাস্হ্য মন্ত্ৰালয়ে কয় যে নতুনকৈ পুনৰ চাৰিজনৰ দেহত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে তিনিজন বাংগালুৰুৰ আৰু এজন হায়দৰাবাদৰ।

Read More

বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৭ টকা বৃদ্ধি

ইণ্ডিয়ান অইল কৰ্প'ৰেচনে ঘোষণা কৰে যে ২০২১ ৰ প্ৰথম দিনটোৰ পৰা প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰই ৰাজ সাহায্যবিহীন বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৭ টকা বৃদ্ধি কৰিছে। এতিয়াৰে পৰা ১৯ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ দাম ১৩৪৯ টকা হ'ব।

Read More
Back To Top