skip to Main Content

নাগালেণ্ডত ছমাহলৈ বৃদ্ধি ‘আফস্পা’

নাগালেণ্ডত গৃহ মন্ত্ৰালয়ে আফস্পা (AFSPA) আইনৰ সময় ছমাহলৈ বৃদ্ধি অৰ্থাৎ ২০২২ বৰ্ষৰ জুন মাহলৈকে প্ৰযোজ্য হ’ব বুলি সদৰী কৰে। আফস্পাৰ অধীনত সৈনিকসকলে বহুতো বিশেষাধিকাৰ উপভোগ কৰে যেনে ৱাৰেণ্ট অবিহনে কাৰোবাক গ্ৰেপ্তাৰ কৰা আৰু সন্দেহজনক ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰাৰ আৰু অনুসন্ধান…

Read More

সুকীয়া পতাকা-সংবিধানৰ দাবীত অটল নগা জাতি

ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত থাকিয়েই সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ দাবীত দীৰ্ঘদিনৰ পৰা সংগ্ৰাম চলাই আহিছে নগা বিদ্ৰোহীসকলে। শেহতীয়াভাৱে ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু বিদ্ৰোহীসকলৰ মাজত শান্তি আলোচনাৰ প্ৰক্ৰিয়া। সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ দাবীত আপোচহীন স্থিতি প্ৰকাশ…

Read More

অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল পি কে দত্ত

অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল পি কে দত্ত। অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰিৰ খলনায়ক, প্ৰাক্তন ডি আই জি পি কে দত্তক কিছুসময় আগতে নেপালত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। ভাৰত-নেপাল সীমান্তৰ কাকাৰভিটাত গ্ৰেপ্তাৰ কৰে পি কে দত্তক। জানিব পৰা মতে, জোঁৱায়েকৰ…

Read More
Back To Top