skip to Main Content
ক’ৰণাৰ সৈতে যুঁজিবলৈ মহানগৰীত অটো এম্বুলেন্স ।

গুৱাহাটী মহানগৰীত অক্সিজেন আৰু এম্বোলেন্সৰ অভাৱত যাতে কোনো ক'ভিড ৰোগীৰ মৃত্যু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ । মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটস্থিত পোদ্দাৰ কমপ্লেক্সত লায়ন্স ক্লাৱ অৱ গুৱাহাটীৰ উদ্যোগত মুকলি কৰে এই অটো-এম্বুলেন্স সেৱা । সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এই…

অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব অতুল বৰালৈ ।

অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্বত লাভ অতুল বৰাৰ । শপত গ্ৰণৰ পাছতে প্ৰত্যাহবানৰ মাজতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম বুলি মন্তব্য অতুল বৰাৰ । ৬ নং দফা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা কৰিব বুলি আশ্বাস প্ৰদান বৰাৰ ।

আজিৰেপৰা প্ৰযোজ্য হ’ল কঠোৰ নীতি।

আজিৰেপৰা প্ৰযোজ্য হ'ল কঠোৰ নীতি। ১বজাত বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। ২ বজাৰ লগে লগে বলবত হ'ল কাৰ্ফিউ।২বজাৰ পৰা ব্যক্তিৰ চলাফুৰাত নিষেধাজ্ঞা। জৰুৰী কালীন সেৱাৰ বাহিৰে ৰাজপথলৈ ওলাই আহিব নোৱাৰিব কোনো সাধাৰণ লোক।ৰাজপথলৈ ওলাই আহিলে দেখুৱাব লাগিব পৰিচয় পত্ৰ।ৰাজ্যত…

NRC ৰ পুণৰীক্ষণৰ বাবে ছুপ্ৰিম কৰ্টত সমন্বয়কৰ আবেদন ।

NRC ৰ পুণৰীক্ষণৰ বাবে পুণৰ উচ্চতম ন্যায়ালয়ত আবেদন NRC কতৃপক্ষৰ । NRCত থকা একাধিক বিসংগতিৰ বাবে এই আবেদন NRC ৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ । বিশেষকৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত নতুনকৈ চৰকাৰ গঠন হোৱাৰ লগে লগে NRC কতৃপক্ষৰ…

সোণোৱালৰ বাসগৃহত কেবিনেটসহ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খাৰঘুলিস্থিত চৰকাৰী বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰীসকল । মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভাৰ সদস্যসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে বিভিন্ন দিহা পৰামৰ্শ গ্ৰহণ কৰে ।

বিধায়ক অখিল গগৈক শপতগ্ৰহণৰ অনুমতি ‘নিয়া’ৰ আদালতৰ ।

শিৱসাগৰৰ পৰা নিৰ্বাচিত নৱ-নিৰ্বাচিত বিধায়ক অখিল গগৈক শপতগ্ৰণৰ অনুমতি প্ৰদান কৰিলে 'নিয়া'ৰ আদালতে । অখিল গগৈৰ অধিবক্তাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি 'নিয়া'ৰ আদালতৰ অনুমতি প্ৰদান । বিধানসভাত বিধায়কসকলৰ শপত গ্ৰহণৰ দিনত উপস্থিত থাকিব পাৰিব কাৰাবন্দী অথা ৰাইজৰ দলৰ…

ক’ভিডৰ হটস্পটত পৰিণত উত্তৰ গুৱাহাটী ।

ক'ভিডৰ হটস্পটত পৰিণত উত্তৰ গুৱাহাটী ।একেদিনাই দুজনৰ মৃত্যু । ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বিহলঙনীৰ গাৱৰ সৰবৰহী মহিলা মাধৱী তামুলীৰ।বৃহস্পতিবাৰে পুৱা ৭:৩০ বজাত GMCH ত শেষ নিস্বাস ত্যাগ মহিলাগৰাকীৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৫ বছৰ। ইফালে, ৰংমহল নিবাসী সমাজকৰ্মী ৰবীন…

শিক্ষা বিভাগৰ বিশেষ সিদ্ধান্ত!আজিৰেপৰা নতুন SOP।

আজিৰেপৰা শিক্ষা বিভাগে হাতত লৈছে নতুন sop।নতুন এই sop ৰ নীতি অনুযায়ী ১৫ মে'ৰ পৰা গৰমৰ বন্ধ। পূৰ্বে যিহেতু ১ জুলাইৰপৰা ১৫ জুলাইলৈ আছিল এই গৰমৰ বন্ধ কিন্তু ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা অনুযায়ী কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান শিক্ষা বিভাগে…

GMCH ত ক’ভিড ৰোগীৰ আত্মহত্যা ।

মহানগৰীৰ ক'ভিড আতংকৰ মাজতে চাঞ্চল্যকৰ ঘটনা । গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সংঘটিত হয় এই ঘটনা । এজন ক'ভিড আক্ৰান্ত ৰোগীৰ আট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা । GMCH ৰ ২ নং ক'ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল লোকজন । তৃতীয় মহলাৰ পৰা খিৰিকীৰে…

এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি!বিশেষজ্ঞ সমিতিৰ।

এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে বিশেষজ্ঞ সমিতিয়ে। কভিডৰ পৰা আৰোগ্য হোৱাৰ ৬ মাহৰ পিছত লওক ভেকচিন,এই পৰামৰ্শ বিশেষজ্ঞ সমিতিৰ। কভিশ্বিল্ডৰ দুয়োটা ড'জৰ ব্যৱধান বৃদ্ধি কৰিবলৈও কেন্দ্ৰক পৰামৰ্শ বিশেষজ্ঞ সমিতিৰ।ভেকচিন ৰ প্ৰথমটো ড'জ আৰু দ্বিতীয় ড'জৰ মাজত১২ৰ পৰা ১৬ সপ্তাহৰ ব্যৱধান…

গুৱাহাটী মহানগৰীৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে কেশৱ মহন্তই ।

কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই তৎপৰ হৈ পৰিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । বুধবাৰে গুৱাহাটীৰ বিভিন্ন হাস্পাতালত উপস্থিত হৈ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে মহন্তই । GMCH ত উপস্থিত হৈ অক্সিজেনৰ অভাৱ হোৱা নাই বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী গৰাকীৰ । GMCHত…

ৰয়েল গ্লবেল স্কুলত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

ৰয়েল গ্লবেল স্কুলত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে ৰয়েল গ্লবেল স্কুল স্থিত কভিড কেয়াৰ কেন্দ্ৰ আৰু হৰুসজাই স্থিত কভিড কেয়াৰ কেন্দ্ৰত উপস্থিত হৈ সামগ্ৰিক ব্যৱস্থা সমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে কভিড আক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। আক্ৰান্ত…

Assam

Back To Top