skip to Main Content

জল শক্তি মন্ত্ৰীৰ লক্ষ্য অৰুণাচলত জল প্ৰকল্প

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙে শণিবাৰে কৈছে যে এতিয়া তেওঁৰ লক্ষ্য অৰুণাচলৰ গ্ৰাম্যাঞ্চলত জল প্ৰকল্প নিৰ্মাণ কৰা। উক্ত অনুষ্ঠানত উপস্হিত থাকে অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰমা খাণ্ডু। জল জীৱন আচনিৰ উদ্যোগত বহু মানুহক পানী যোগান ধৰাৰ কথাও প্ৰকাশ কৰে কেন্দ্ৰীয়…

Read More

জীৱন নাটৰ পৰা মহাপ্ৰস্থান চি এম চেঙৰ

নাগালেণ্ডৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন তথা ন্যায় আৰু আইন মন্ত্ৰী চি এম চেঙৰ দেহাৱসান দীৰ্ঘদিনযোৱা সক্ৰিয় ৰাজনীতি সফলভাৱে পালন কৰা এটি যুগৰ যেন অৱসান ঘটিল। সকলোকে কন্দুৱাই আতৰি গ'ল নাগালেণ্ডৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন তথা ন্যায় আৰু আইন…

Read More
Back To Top