skip to Main Content

অতি শীঘ্ৰে ভাল দিন অহাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে উচিত পদক্ষেপ হাতত লৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছুদিন অপেক্ষা কৰক ভাল দিন আহিব বুলি ৰাইজলৈ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Back To Top