Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
অবৈধভাৱে পাৰ্কিং গঢ়ি তুলি বিপদত শ্বপিং মল CITY CENTER।
অবৈধভাৱে পাৰ্কিং গঢ়ি তুলি বিপদত শ্বপিং মল CITY CENTER।কোনো ধৰণৰ অনুমতি নোহোৱাকৈ শ্বপিং মলটোৱে সংগ্ৰহ কৰি আছিল মাছুল।দীৰ্ঘদিনৰ পৰা কোনো ধৰণৰ অনুমতি নোহোৱাকৈ চলাই আছিল পাৰ্কিং।পাৰ্কিংৰ নামত প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰিছিল ১০০ ৰ পৰা ১৫০ টকা পৰ্যন্ত।দৈনিক ২০ ৰ পৰা ৩০ হাজাৰ সংগ্ৰহ কৰে শ্বপিং মলটোৱে অবৈধ পাৰ্কিংৰ পৰা।GMCৰ এক অভিযানত ধৰা পৰিছে এই কথা।১০ লাখ টকাৰ জৰিমনা বিহিছে GMC য়ে।অনুমতি গ্ৰহণ নকৰালৈকে বন্ধ কৰি দিয়া হৈছে পাৰ্কিঙটো।