In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
অভিযান্ত্ৰিকৰ চাকৰিৰ বাবে হ’ব APSCৰ পৰীক্ষা।
অভিযান্ত্ৰিকৰ চাকৰিৰ বাবে হ’ব APSCৰ পৰীক্ষা। APSCৰ দ্বাৰা হ’ব Combined Recruitment Exam। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয়। তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে সুকীয়া আয়োগ গঠন কৰা হৈছে। আয়োগৰ মুৰব্বী হিচাপে থাকিব অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ আমোলা। নিৰ্ধাৰিত সময়ত ১ লাখ নিযুক্তি পূৰণৰ লক্ষ্য চৰকাৰৰ।