Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
অসমত বৃদ্ধি পাব বিশ্ববিদ্যালয়ৰ সংখ্যা।
ৰাজ্যৰ ৫ মহাবিদ্যালয়ক দিয়া হ’ব বিশ্ববিদ্যালয়ৰ মৰ্যাদা।শিৱসাগৰ, লখিমপুৰ, যোৰহাটৰ জে বি কলেজ সন্দিকৈ কলেজক দিয়া হ’ব বিশ্ববিদ্যালয়ৰ মৰ্যদা।আগন্তুক দুবছৰৰ ভিতৰত এই মহাবিদ্যালয় কেইখনক উত্তৰণ কৰা হ’ব শ্ববিদ্য়ালয়লৈ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষণা কৰে।আনহাতে এতিয়াৰে পৰা হ’ব অনলাইনযোগে শিক্ষকৰ বদলিকৰণ।নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক উত্তৰণ সন্দৰ্ভত জি এম চি এইছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্মিলনত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।