The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা 2021
আজিৰে পৰা অহা 9 জানুৱাৰীলৈ চান্দমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা 2021 অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।এই গ্ৰন্থমেলাত 150 খন গ্ৰন্থবিপনী পদৰ্শনী কৰা হয়। গ্ৰন্থমেলাত জ্যোতি প্ৰকাশনৰ “বঙল বহু দূৰ” উপন্যাসৰ বাবে প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা প্ৰদান কৰা হয় ডঃ নন্দিতা দেৱীক। বঁটাত আছে নগত দুই লাখ টকা এখনি মানপত্ৰ, কিতাপৰ টোপোলা বঁটা আগবঢ়ায় শিক্ষামন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰনোজ পেগুৱে।