Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
অসম আৰক্ষীত ব্যাপক ৰদ-বদল
অসম আৰক্ষীত ব্যাপক ৰদ-বদল।APS বিষয়া কুলেন্দ্র নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি। APS বিষয়া অনিৰ্বাণ শৰ্মাক বজালীৰ অতিঃ আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি। APS বিষয়া দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি। APS বিষয়া লৱ কুমাৰ ডেকাক চিৰাঙৰ উপ আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি। APS বিষয়া মৃদুল বৰুৱাক গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষক (CID) হিচাপে বদলি। APS বিষয়া আব্দুল ৰচিদক বৰমণিপুৰ মৰিগাঁও উপ আৰক্ষী অধীক্ষক হিচাপে বদলি আৰু APS বিষয়া জিয়াউৰ ৰহমানক গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষক (CID) হিচাপে বদলি কৰা হয়।