skip to Main Content

অসম আৰু অৰুণাচল প্ৰদেশৰ সমন্বয়ৰ উৎসৱ ‘চলুং’

  • Assam


অসম আৰু অৰুণাচল প্ৰদেশৰ সমন্বয়ৰ উৎসৱ ‘চলুং’।আদি আৰু মিচিংসকলে আয়োজন কৰে এই উৎসৱ।আদি মিচিং বানে কেবাঙৰ উদ্যোগত এই উৎসৱ।জোনাইৰ চিৰামপুৰীয়াত উদযাপন কৰে এই উৎসৱ।

Back To Top