On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
অসম চুক্তি ৰূপায়নৰ বাবে আকৌ নতুন কমিটী গঠন,নেতৃত্বত মন্ত্ৰী অতুল বৰা
অসম চুক্তি ৰূপায়নক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন কমিটী গঠন কৰিছে ৷ অসম চুক্তি ৰূপায়ন নহোৱা প্ৰতিটো দফা কাৰ্যকৰী, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, বানপানী, গৰাখহনীয়াকে আদি কৰি প্ৰতিটো সমস্যা সমাধানৰ বাবে ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন কৰা হৈছে এখন বিশেষ উপ সমিটী ৷এই কমিটীখনৰ উদ্যোগত অসম চুক্তিৰ প্ৰতিটো দফা পুংখানুপুখভাৱে বিশ্লেষণ তথা পৰ্যবেক্ষণৰ জৰিয়তে আগবঢ়াৰ ইংগিত দিয়া হৈছে ৷