skip to Main Content

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নৱ-নিযুক্ত সভানেত্ৰী ড৹ অংকিতা দত্তই আজি দায়িত্বভাৰ গ্ৰহণ কৰে


ৰাজীৱ ভৱন চৌহদত ভিৰ কংগ্ৰেছৰ দলীয় নেতা কৰ্মীৰ ৷ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্রেছ কমিটীৰ নৱ-নিযুক্ত সভানেত্রী ডঃ অংকিতা দত্তৰ লগতে কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী আৰু উপ-সভাপতি পৰিতোষ ৰয়ে “জাগ ডেকা তেজ জাগ” শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে সদ্য বিদায়ী সভাপতি কমৰুল ইছলাম চৌধুৰীৰ পৰা প্ৰদেশ যুৱ কংগ্রেছৰ দায়িত্বভাৰ গ্ৰহণ কৰে।বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে যুঁজ দিবলৈ বদ্ধপৰিকৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছ ৷ যুৱ কংগ্ৰেছৰ দায়িত্ব লৈ সৰৱ সভানেত্ৰী অংকিতা দত্ত।নৱ নিযুক্তি সভাপতিৰ এই মন্তব্যৰ বিপৰীতে প্ৰাক্তন তথা বৰ্তমানৰ বিধায়কক লগত লৈ কঠোৰ সমালোচনা ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।

Back To Top