skip to Main Content

অসম মানৱ অধিকাৰ আয়োগৰ(AHSC) নটিছ প্ৰেৰণ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ

  • Assam

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে কিছুদিন পূৰ্বে অভিযোগ আনিছিল যে কাৰাগাৰত কয়দিৰ মানৱ অধিকাৰ উলংঘা কৰাৰ লগতে থকা খোৱাৰ ব্যৱস্থা অতি শোচনীয়। আলীয়ে অনা অভিযোগক ভিত্তি কৰি AHSC য়ে বুধবাৰে মহানিৰীক্ষক (IG)নটিছ প্রেৰণ কৰে আৰু তদন্ত কৰি এক মাহৰ ভিতৰত ৰিপ’ৰ্ট জমা কৰিবলৈ জনায়। ঘটনাৰ শোনানি ২২ জানুৱাৰী ২০২২ তাৰিখে হ’ব।

Back To Top