skip to Main Content

অসম মেঘালয় সীমা বিবাদ নিষ্পত্তি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ:অতুল বৰা

  • Assam


অসম – মেঘালয় সীমাত সঘনাই হৈ থকা সংঘাট অন্ত পেলাবলৈ দুয়ো খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে আলোচনা। ৱেষ্ট খাচী আৰু কামৰূপ জিলাৰ এলেকাৰ স্থানীয় লোকক দুস্কৃতীকাৰীয়ে ভাবুকি দিয়াৰ বাবে সেই অঞ্চলত নিয়োগ কৰিছে বিশেষ ফৰ্চ লগতে পুলিচ পেট্ৰলিং আৰু ভিডিপি।

Back To Top