Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
অসম সাহিত্য সভাই ঘোষণা কৰিলে ৪টাকৈ বিশেষ বঁটা
অসম সাহিত্য সভাই ঘোষণা কৰিলে ৪টাকৈ বিশেষ বঁটা।বিশিষ্ট সাহিত্যিক,গৱেষক ডঃ প্ৰফুল্ল মহন্তলৈ শশীচন্দ্ৰ বৰবৰুৱা বঁটা।সু সাহিত্যিক ডঃ শিৱনাথ বৰ্মনলৈ ছগনলাল জৈন বঁটা।নাট্যকাৰ-সাহিত্যিক ডঃ অখিল চক্ৰৱৰ্তীলৈ শৈলধৰ ৰাজখোৱা বঁটা আৰু সাহিত্যিক অভিজিত্ শৰ্মা বৰুৱালৈ ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে।