Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু জিৰাফৰ
বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হয় জিৰাফ জনীৰ। জিৰাফ জনীৰ মৃত্যুৰ কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যোৱা হৈছে।২০২০চনত মাইসূৰৰ পৰা অনা হৈছিল দুটা জিৰাফ।ইয়াৰে ৰঙিলী নামৰ জিৰাফ জনীৰ মৃত্যু হয়। চিৰিয়াখনাৰ কৰ্মচৰীসকলৰ মতে DFO আৰু অস্বনী কুমাৰে বিশেষ গুৰুত্ব নিদিয়াৰ বাবেই মৃত্যু হয় বুলি জনায়।