skip to Main Content

অসুস্থ জুবিন গাৰ্গ


হঠাত্‍ বৃহস্পতিবাৰে নিশা অসুস্থ হৈ পৰিল শিল্পী জুবিন গাৰ্গ। বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় কণ্ঠশিল্পী গৰাকীক। উচ্চ ৰক্তচাপ জনিত সমস্যাত ভূগিছে জুবিন গাৰ্গে। চিকিত্সা আৰম্ভ কৰি চিকিত্সকৰ ঘোষণা কৰে যে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ।লগতে চিকিৎসকে জিৰণিৰ পৰামৰ্শ দিছে জুবিনক।

Back To Top