Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
অস্থায়ীভাৱে বন্ধ হ’ব মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়
গুৱাহাটী স্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খন অস্থায়ীভাৱে বন্ধ থাকিব ১ জানুৱাৰী, ২০২২ তাৰিখৰ পৰা।
MMCH হব পাৰে মহানগৰীৰ দ্বিতীয় খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)
মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় বন্ধ হলেও ৰোগী সকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চিকিসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগী সকলক স্থানান্তৰ কৰা হব পাণ্ডু আৰু ধীৰেনপাৰা চিকিৎসালয়লৈ।
ৰোগী সকলক GMCH পৰা চিকিৎসা সেৱা আগবঢ়োৱা হব।