
অৰুণাচলত অপহৰণ অসমৰ যুৱক।অৰুণাচল প্ৰদেশৰ লংডিং জিলাত অপহৰণ কৰিলে অসমৰ যুৱকক।যুৱক জন ডিব্ৰুগড়ৰ হেমন্ত কোঁচ।ইয়াৰ লগতে বিহাৰৰ ৰামাচিশ মহতো নামৰ আন এজন যুৱককো অপহৰণ কৰিছে।অপহৰণৰ আঁৰত NSCN(K)জড়িতৰ সন্দেহ।প্ৰশাসনক কাতৰ আহ্বান পৰিয়ালৰ লোকৰ যাতে তেঁওলোকক ভালদৰে ঘৰলৈ উভতাই আনে।