On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
অৱশেষত অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত কলাগুণ্ডাৰ মৃত্যু
অৱশেষত অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত কলাগুণ্ডাৰ মৃত্যু। নিশা আৰক্ষীৰ গাড়ীৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ আন এখন গাড়ীয়ে খুন্দিয়ায় কলা লৰা ওৰফে নীৰজ দাসক। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কলা লৰাক JMCH ত ‘BROUGHT DEAD’ ঘোষণা চিকিৎসকৰ। দুৰ্ঘটনাত আন তিনিজন আৰক্ষীও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে। ক’লা গুণ্ডা নিহত হোৱাৰ পিছতে জি পি সিঙে ২ বাজি ২৯ মিনিটত টুইট কৰি লিখিছে যে প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া হয়।