Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
অৱশেষত আৰক্ষীৰ জালত পৰিল কিডনী বিক্ৰী কাণ্ডৰ মাষ্টাৰমাইণ্ড
অৱশেষত আৰক্ষীৰ জালত পৰিল প্লাৱন বৰঠাকুৰ। কিডনী বিক্ৰী কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল প্লাৱন বৰঠাকুৰ৷ প্ৰায় চাৰি মাহৰ অভিযানৰ অন্তত মৰিগাঁও আৰক্ষীয়ে তামিলনাডুৰ পৰা আটক কৰে প্লাৱন বৰঠাকুৰক৷ নগাঁও হাতিচুঙত ঘৰ প্লাৱন বৰঠাকুৰৰ,কিন্তু পত্নীৰ সৈতে বাস কৰে ধুবুৰীত। প্লাৱন বৰঠাকুৰৰ নেতৃত্বত সমগ্ৰ অসমত চলিছিল কিডনী বিক্ৰীৰ অবৈধ ব্যৱসায় ৷