skip to Main Content

অৱশেষত উদ্ধাৰ হ’ল ডাঃ বিক্ৰমজিত্‍ বৰুৱাৰ মৃতদেহ।


৬দিনৰ অন্তত বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে SDRF আৰু NDRFএ।নিমাতীৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল বিক্ৰমজিত্‍ বৰুৱা। মাজুলীৰ দক্ষিণ আঁহতগুৰিত উদ্ধাৰ হৈছে বিক্ৰমজিতৰ মৃতদেহ।ক’লা টি-ছাৰ্ট পৰিহিত অৱস্থাত
উদ্ধাৰ বিক্ৰমজিত্‍ বৰুৱাৰ মৃতদেহটো।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top