Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
অৱশেষত গ্ৰেপ্তাৰ হ’ল কৰ্তব্যৰত নাৰ্চক যৌন নিৰ্যাতন চলোৱা চিকিৎসক
অৱশেষত গ্ৰেপ্তাৰ হ’ল কৰ্তব্যৰত নাৰ্চক যৌন নিৰ্যাতন চলোৱা চিকিৎসক। গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত শোধনাগাৰ হাস্পতালৰ চিকিৎসক ভাস্কৰ কুমাৰ বৰুৱাক ২৮ জানুৱাৰী শুকুৰবাৰে নিশা বাইহাটা চাৰিআলীৰ কমলপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।২৫-২৬ জানুৱাৰীৰ নিশা এগৰাকী নাৰ্চক কৰ্তব্যৰ মাজতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ চিকিৎসকগৰাকীৰ বিৰুদ্ধে। ঘটনাৰ পাছতে ২৬ জানুৱাৰী তাৰিখে চিকিৎসকগৰাকীৰ বিৰুদ্ধে নুনমাটি থানাত গোচৰ তৰিছিল নাৰ্চ গৰাকীয়ে।