The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
আইনজীৱি আব্দুল মুহিব মজুমদাৰৰ বিয়োগ।
প্ৰখ্যাত আইনজীৱি আব্দুল মুহিব মজুমদাৰৰ বিয়োগ।পুৱা ৮-৪৫ মিনিটত বিয়োগ বৰ্ষীয়ান আইনজীৱিগৰাকীৰ।বিগত ১ মাহ ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ জি এম চি এইছৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল।প্ৰখ্যাত আইনজীৱিগৰাকী আছিল IMDT আইনৰ প্ৰস্তুতকৰ্তা।উচ্চতম ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আছিল তেওঁ অধিবক্তা।বহুবাৰ অসম বিধানসভাৰ সদস্য হোৱাৰ উপৰিও তেওঁ মন্ত্ৰীত্বৰ দায়িত্বও পালন কৰিছিল।