Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আজাৰাত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণী কৰিলে “সহজ গৃহ নিৰ্মাণ” আচনিৰ কাম।
অসম চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি খন আজাৰাত মুকলি কৰে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।যিসকল লোকৰ মাটিৰ পৰিমাণ কম আৰু গৃহ নিৰ্মাণ অনুমতিৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হয় সেই সকল নাগৰিকৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ এই সহজ গৃহ নিৰ্মাণ আঁচনিখন মুকলি কৰা হৈছে।