skip to Main Content

আজিৰে পৰা বাইক চলোৱাৰ ক্ষেত্ৰত সলনি হৈছে নিয়ম।


আজিৰে পৰা বাইক চলোৱাৰ ক্ষেত্ৰত সলনি হৈছে নিয়ম।মঙলবাৰে পৰিবহন বিভাগে মহানগৰীৰ গণেশগুৰিত সজাগ কৰিছে বাইক আৰোহীক।বাইকৰ চালক আৰু আৰোহী দুয়ো পৰিধান কৰিব লাগিব হেলমেট। এই নিয়ম নামানিলে ভৰিব লাগিব এক হাজাৰ টকাৰ জৰিমনা। বিভাগটোৱে বাইক আৰোহীসকলক এই সন্দৰ্ভত অৱগত কৰোৱাইছিল।

Back To Top