Skip to content

আজি আৰম্ভ হয় “SARAS MELA 2022″।


আজি আৰম্ভ হয় “SARAS MELA 2022″।গণেশ মন্দিৰ ইনডৰ ষ্টেডিয়ামত ২৫ফ্ৰেব্ৰুৱাৰীৰ পৰা ৬মাৰ্চ পৰ্যন্ত লৈকে থাকিব এই SARAS MELA 2022।অসমীৰ উদ্যোগত পিছপৰা মহিলা সকলক আত্ম সহায়ক গোটৰ জৰিয়তে সংস্হাপন কৰিবৰ বাবে লোণ প্ৰদান কৰি যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে।

Back To Top