Skip to content

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত হয়।


আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেলখনৰ মূল কাৰণ হ’ল ভূমি কেলেংকাৰি।এই কেলেংকাৰিত জড়িত অসম জাতীয় পৰিষদৰ উপ সভানেত্ৰী মামনি তালুকদাৰ চৌধুৰী।তেওঁৰ ওপৰত এটা গোচৰ ৰুজু কৰা হৈছে।

Back To Top