On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
আজি চাকৰি মেলাত হাহাকাৰ লক্ষাধিক নিবনুৱাৰ।
নিয়োগ মেলা’ত আজি হাহাকাৰ লক্ষাধিক নিবনুৱাৰ৷ আজি ‘নিয়োগ মেলা’ই প্ৰমাণ কৰিলে ৰাজ্যত নিবনুৱা সমস্যাৰ এখন ভয়াৱহ ছবি৷ এটা চাকৰিৰ আশাত পুৱাৰে পৰা নিয়োগ মেলাত ভিৰ কৰিলেহি বহু চাকৰি প্ৰত্যাশীয়ে৷ এই নিয়োগ মেলাৰ বিজ্ঞাপনত নিয়োগ প্ৰত্যাশীক বিভিন্ন আশা দেখুওৱা হৈছিল। চৰকাৰে দিয়া এটা বিজ্ঞাপনৰ পাছতে বহু নিবনুৱাই এটা চৰকাৰী চাকৰিৰ আশাতে সাক্ষাৎকাৰৰ বাবে আহে যদিও এই নিয়োগ মেলাত বেচৰকাৰী খণ্ডত খালী হোৱা পদৰ বাবেহে সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল৷