![](https://newsnetworktv.com/wp-content/uploads/2022/01/WhatsApp-Image-2022-01-31-at-11.17.35-AM.jpeg)
আজি টাই আহোম সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান মে ডাম মে ফি। পৰম্পৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহোমসকলে উদযাপন কৰিছে মে ডাম মে ফি। মে ডাম মে ফিত পূৰ্বপুৰুষক স্মৰণ কৰি বিশ্বশান্তিৰ কামনা কৰে আহোমসকলে।ধেমাজিত মে ডাম মে ফিৰ কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।