Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী
আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী। গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা আয়োজিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নাম-প্ৰসংগ,প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে প্ৰদেশ কংগ্ৰেছে। APCC প্ৰায়সকল শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। চলিত বৰ্ষত প্ৰয়াত মুখ্যমন্ত্ৰী জনলৈ প্ৰদান কৰা হৈছিল পদ্ম ভূষণ সন্মান।