The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
আজি বিশ্ব কৰ্কট দিৱস।
আজি বিশ্ব কৰ্কট দিৱস।৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসকলে পালন কৰে এই দিৱস।এই দিৱসৰ মূল উদ্দেশ্য হ’ল কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগ চিনাক্তকৰণক লৈ সচেতনতা বৃদ্ধি কৰাই।আজি কৰ্কট দিৱস উপলক্ষে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষ পদক্ষেপ।ৰাইজৰ মাজত এই ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে চাইকেল ৰেলীৰ আয়োজন কৰে।