Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আজি মহাষষ্ঠী
আজি মহাষষ্ঠী ৷ আধ্যাত্মিক পৰিৱেশৰ মাজতে মা দুৰ্গাক আদৰিছে ৰাজ্যবাসীয়ে৷ বেলবৰণেৰে সন্ধিয়া পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হয় মা দুৰ্গাৰ প্ৰতিমা। দুটা বছৰৰ পিছত ৰাজ্যবাসীয়ে উদযাপন কৰিব পূজা।ৰাজ্যৰ লগতে মহানগৰীতো সকলো ক’ভিড প্ৰট’কল মানি অনাড়ম্বৰভাৱে আদৰিছে দুৰ্গতিনাশিনী মা দুৰ্গাক। সম্প্ৰতি সকলোৱে মা দুৰ্গাৰ ওচৰত পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিবলৈ আৰ্শীবাদ বিচাৰিছে।