আজি মহা অষ্টমী October 13, 2021 News Network Assam, Festival আজি মহা অষ্টমী। পূজামণ্ডপ, দেৱ-দেৱালয়ত পুৱাৰে পৰা ভক্তৰ ভিৰ। আজি পুৱাৰে পৰা অনুষ্ঠিত অষ্টমী পূজা। নিশা ১১.২৪ বজাৰ পৰা ১২.১২ বজালৈকে অনুষ্ঠিত হ’ব সন্ধি পূজা। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত হোৱা সন্ধি পূজাত দেৱী দুৰ্গালৈ বলি আগবঢ়োৱা হয়। Share This Tweet Share Share Email News Network Related Posts আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন।এই বিহু সন্মিলনখনে এইবাৰ একাদশ বৰ্ষত ভৰি দিলে।আজিৰে পৰা… ব্যতিক্ৰমী ৰূপত বিধায়ক ৰেকিবুদ্দিন আহমেদ আজি এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদক।সকলোৰে লগত একেলগ হৈ জিকিৰ গালে… আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ “ঈদ উল ফিতাৰ” আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ "ঈদ উল ফিতাৰ"।সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে…
আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন।এই বিহু সন্মিলনখনে এইবাৰ একাদশ বৰ্ষত ভৰি দিলে।আজিৰে পৰা…
ব্যতিক্ৰমী ৰূপত বিধায়ক ৰেকিবুদ্দিন আহমেদ আজি এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদক।সকলোৰে লগত একেলগ হৈ জিকিৰ গালে…
আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ “ঈদ উল ফিতাৰ” আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ "ঈদ উল ফিতাৰ"।সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে…